April 29, 2024 12:45 PM

views 38

১৯ মে’ত টাই-আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান

টাই-আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান ১৯ মে'লৈ পিছুৱাই দিয়া হৈছে। বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শক সোঁৱৰি ২০২৩ বৰ্ষৰ পৰা চৰাইদেউ জিলা সমিতিয়ে অসমৰ কেইবাগৰাকীও বৰেণ্য নাৰীক প্ৰদান কৰি আহিছে। এইবাৰ প্ৰথমগৰাকী অসমীয়া মহিলা বিমান চালক ধীৰা চলিহা হাজৰিকালৈ এই বঁটা আগবঢ়োৱা হৈছে। এই উদ্দেশ্যে সোণাৰী ভগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যদিও শেহতীয়াকৈ অহা ...