January 3, 2025 12:40 PM

views 10

তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন

টাইপাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউবাসীৰ সহযোগত ভজো বেচিক মাজপথাৰ চাওল্যুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন কৰা হৈছে। আজি পুৱা ৯ বজাত পতাকা উত্তোলনেৰে এই অধিবেশন আৰম্ভ হৈছে। বিয়লি ২ বজাত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হব। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰ পাছতে ৬ বজাত অসমৰ জাতীয় জীৱনলৈ টাই আহোম জনগোষ্ঠীৰ অৱদান শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। অধিবেশনস্থলীত গ্ৰন্থমেলা, বস্ত্ৰমেলা আৰু...

December 30, 2024 8:23 PM

views 8

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰত ৩৫ সংখ্যক কেন্দ্রীয় ছহিদ দিৱস পালন

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰত ৩৫ সংখ্যক কেন্দ্রীয় ছহিদ দিৱস পালন কৰা হয়। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত প্রথমবার্ষিক ডামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটা প্ৰদান কৰা হয়। ছাত্ৰ সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক তথা প্ৰথমগৰাকী সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা নাগালেও চৰকাৰৰ পৰ্যটন আৰু উচ্চ শিক্ষা বিভাগৰ কেবিনেট মন্ত্রী টেমজেন ইমনা আলঙক প্ৰদান কৰা হয়। ছহিদ দিৱসৰ সৈতে সংগতি ৰাখি মৈদাম তৰ্পণ, বা...