November 2, 2025 12:07 PM

views 17

জনজাতিকৰণৰ দাবীত উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ প্রতিবাদ

জনজাতিকৰণৰ দাবীত কালি উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ দল-সংগঠন আৰু সাধাৰণ লোকে প্রতিবাদ সাব্যস্ত কৰে। শিৱসাগৰত টাই আহোম যুৱ পৰিষদে জোঁৰ সমদল উলিয়াই জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবী কৰে। ডিব্ৰুগড়টো টাই আহোম যুৱ পৰিষদে কালি চৌকিডিঙি খেলপথাৰৰ পৰা থানা চাৰিআলিলৈ জোঁৰ সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে। একেদৰে চৰাইদেউটো জনগোষ্ঠীটোৰ বহুলোকে প্রতিবাদত অংশ লয়। ইপিনে, গোলাঘাট, যোৰহাট, ধেমাজি আৰু তিনিচুকীয়া জিলাত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত চুতীয়া জাতি সন্মিলনে তীব্র প্রতিবাদ ...