July 19, 2025 10:20 PM

views 14

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে টেডেক্স অসম বিশ্ববিদ্যালয়-২০২৫

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আজি টেডেক্স অসম বিশ্ববিদ্যালয়, ২০২৫ অনুষ্ঠিত হয়। ৰেছিলিয়েণ্ট ইক’জ ফ্রম দা ইষ্ট অর্থাৎ ‘পূবৰ দৃঢ় প্রতিধ্বনি' শীর্ষক অনুষ্ঠানটোৱে পূৰ্বাঞ্চলৰ সংস্কৃতি, সংগ্রাম, বীৰত্ব, সৃষ্টিশীলতা আৰু জ্ঞান উদযাপনৰ অনন্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰে। আজি টেডেক্স প্ৰেৰণাদায়ক ভাষণ আৰু চিন্তাশীল আলোচনাৰ জৰিয়তে পূব ভাৰতৰ বৈচিত্ৰ্যময় অভিজ্ঞতা, দৃষ্টিভংগী আৰু উদ্ভাৱনী মনোভাৱ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্য বক্তা হিচাপে ড০ বিজেন্দ্র চৌহান, সাংস্কৃতিক কর্মী অর্ঘদীপ বৰুৱা, ...