July 30, 2025 12:33 PM
24
ব্রাজিলত আজিৰে পৰা ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ
ব্রাজিলৰ ফজ ড’ ইগোৱাছ’ত আজিৰে পৰা চলিত বৰ্ষৰ ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত মানৱ থক্কৰ, হৰমিত দেশাই, মনুছ শ্বাহ, স্নেহিত ছুৰাভাজ্জ্বলা, পায়ছ জৈন আৰু অংকুৰ ভট্টাচার্যীয়ে দেশক প্রতিনিধিত্ব কৰিব। মহিলাৰ ছিংগলছত আগশাৰীৰ মণিকা বাঢ়াৰ উপৰি ঐহিকা মুখার্জী, দিয়া ছিতালে, য়শস্বীনী ঘোৰপাড়ে আৰু স্বস্তিকা ঘোষে দেশৰ প্ৰত্যাখাৰ ভৰ বহন কৰিব। পুৰুষৰ ডাবলছত মানৱ থক্কৰ আৰু মনুছ শ্বাহ, পায়ছ জৈন আৰু অংকুৰ ভট্টাচাৰ্যী আৰু হৰমিত দেশাই আৰু স্নেহিত ছুৰা...