June 11, 2024 6:30 PM
17
টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত দক্ষিণ আফ্ৰিকাৰ
দক্ষিণ আফ্রিকাই যোৱা নিশা নাছাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১১৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৯ ৰানহে কৰিবলৈ সমৰ্থ হয়।