June 13, 2024 12:02 PM

views 21

টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত ভাৰতৰ, ছুপাৰ ৮ত স্থান নিশ্চিত

ভাৰতে যোৱা নিশা নিউয়ৰ্কৰ নাছাউকাণ্টিত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১১০ ৰান কৰে। আমেৰিকাৰ হৈ নীতিশ কুমাৰে ২৩টা বলত ২৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ অৰ্শদীপ সিঙে চাৰিটা উইকেট লাভ কৰে। ভাৰতে ১১১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আৰম্ভণিতে দুটাকৈ উইকেট হেৰুৱায...