December 20, 2025 12:18 PM

views 34

টি-২০ ক্রিকেটত দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাস্ত কৰি ভাৰতৰ শৃংখলা দখল

আহমেদাবাদত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে। তিলক বার্মাই সৰ্বাধিক ৭৩ আৰু হার্ডিক পাণ্ডিয়াই ৬৩ ৰান কৰে। হাৰ্ডিকে মাত্র ১৬টা বলত অর্ধশতক কৰি দ্ৰুত ৰান কৰা দ্বিতীয় ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কৰ্বিন বছে দুটা উইকেট লাভ কৰাৰ লগতে অৰ্টনেইল বাৰ্টমেন আৰু জৰ্জ লিণ্ডেই এটাকৈ উইকেট দখল কৰে। দক্ষিণ...