August 25, 2025 8:43 PM
13
পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদৰ বাংলাদেশী নাগৰিক সন্দৰ্ভত বিতর্কিত মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া
পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে কালি গুৱাহাটীত এখন নাগৰিক সভাত অংশ লৈ বাংলাদেশী নাগৰিক সন্দৰ্ভত আগবঢ়োৱা বিতর্কিত মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে আজি এই মন্তব্যৰ বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্রতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নিজৰ স্থিতি স্পষ্ট কৰি কয়, যে অসম অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল নহয়। কোনো কাৰণতে তেওঁলোকক বৈধতা প্ৰদান কৰা নহ'ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে চৈয়দা হামিদৰ দৰে ব্যক্তিসকলে এই অনুপ্ৰৱেশকা...