November 30, 2025 11:46 AM
19
লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগতাত ভাৰত দুটা শিতানৰ ফাইনেলত অৱতীৰ্ণ
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগতাত আজি ভাৰতৰ দুটা শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছৰ ফাইনেলত কিদাম্বি শ্রীকান্ত হংকঙৰ জেছন গুনাৱনৰ সন্মুখীন হ'ব। খেলখন বিয়লি তিনি বাজি ২০ মিনিটত আৰম্ভ হ'ব। শ্রীকান্তে যোৱা নিশা চেমিফাইনেলত ভাৰতৰে আন এগৰাকী খেলুৱৈ মিঠুন মঞ্জুনাথক ২-১ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে মহিলাৰ ডাবলছৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত ত্ৰিয়া জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো জাপানৰ কাহো আছাৱা আৰু মেই তনাবেৰ বিৰুদ্ধে অৱত...