June 23, 2025 3:27 PM
আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত দেশবাসীৰ শ্রদ্ধা
● সমগ্র দেশে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত শ্রদ্ধা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে ড° শ্যামাপ্...