March 21, 2025 10:28 AM

views 18

ছুইচ অ’পেন বেডমিণ্টন প্রতিযোগিতাত শংকৰ সুব্রমণিয়নৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইচ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ ক্ৰিষ্টো প'পভৰ মুখামুখি হ'ব। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিয়া জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটোও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰতীয় যুটীটো আজি হংকঙৰ য়েউং ঙা টিং আৰু য়েউং পুই লামৰ যুটীটোৰ সন্মুখীন হ'ব।