October 5, 2025 6:29 PM
8
হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ নতুন পৰিষদীয় চৰকাৰৰ শপত গ্ৰহণ
বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্...