January 23, 2026 6:33 PM
1
উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সৰস্বতীৰ পূজা উদযাপন
সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ পূজা আজি উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্রতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অর্চনা কৰা হয়। ধর্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্রী দেবীৰ শ্ৰীচৰণত ছাত্ৰ-ছাত্রীসকলে আশিস লয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়, শংকৰদেৱ ...