September 20, 2024 1:15 PM September 20, 2024 1:15 PM

views 6

ৰাজ্যৰ শিপিনীসকলক হস্ততাঁত শিল্পৰে আত্মনির্ভৰশীল কৰাৰ বাবে ‘স্বনির্ভৰ নাৰী’ নামৰ অভিলাষী আঁচনি মুকলি

হস্ততাঁত শিল্পৰে অসমৰ শিপিনীসকলক আত্মনির্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে ‘স্বনির্ভৰ নাৰী’ নামৰ এখন অভিলাষী আঁচনি মুকলি কৰিছে। ইয়াৰ অধীনত প্ৰথম পৰ্যায়ত ক্রয় কৰা বস্ত্র সামগ্রীসমূহ বর্তমান আর্টফেড, প্রাগজ্যোতিকা, বিভাগীয় জিলা কাৰ্যালয়ত ২০ শতাংশ ৰেহাই মূল্যত উপলব্ধ। এই আঁচনিৰ অধীনত ইতিমধ্যে পঞ্জীভুক্ত শিপিনীসকলৰ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে তথা ব্যৱসায়ী উদ্যোগীসকলৰ পঞ্জীয়নৰ বাবে প্রয়োজনীয় নথিৰ কিছু সালসলনিৰে সময়সীমা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। আগ্রহীসকলে বিতংভাৱে জানিবলৈ তথা পঞ্জীয়...