September 16, 2024 7:11 PM

views 23

কাইলৈ স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ দেশত স্বচ্ছতাই সেৱা অভিযান-২০২৪ আৰম্ভ হ’ব

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ কাইলৈ দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হব। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। এই উপলক্ষে আজিও বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে আজি শপত গ্রহণ কাৰ্যসূচীৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে মহাপ্ৰৱন্ধকৰ পৰিচালনা...

September 16, 2024 12:06 PM

views 19

দেশত কাইলৈৰ পৰা স্বচ্ছতাই সেৱা অভিযান-২০২৪

স্বচ্ছতাই সেৱা অভিযান ২০২৪ কাইলৈ আৰম্ভ হৈ অহা ২ অক্টোবৰলৈ চলিব। এই অভিযানৰ চলিত বৰ্ষৰ বিষয়বস্তু হৈছে- স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযানৰ অধীনত পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱাগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা অভিযান চলোৱা হ'ব। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়ে দেশজুৰি জনসাধাৰণৰ বাবে স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা কৰিছে। সমাজৰ ভিন্ন দৃষ্টিভংগীৰ আধাৰত তিনিটা মুখ্য দিশক সামৰি চলিত বৰ্ষৰ ...