October 2, 2024 4:36 PM October 2, 2024 4:36 PM

views 11

গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত দিৱস, ২০২৪ কার্যসূচীত প্রধানমন্ত্ৰী মোদীৰ অংশগ্রহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ১৫৫ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত দিৱস, ২০২৪ কার্যসূচীত অংশগ্রহণ কৰে। স্বচ্ছতাৰ বাবে অন্যতম উল্লেখযোগ্য গণ আন্দোলন স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ আজি ১০ বছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অনাময় আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ সৈতে জড়িত ৯ হাজাৰ ৬০০ কোটি টকাৰ অধিক মূল্যৰ কেইবাটাও প্রকল্প শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আমৰুৰ্ট আৰু আমৰুট ২.০ৰ অধীনত প্ৰকল্প, স্বচ্ছ গংগাৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰু গোৱৰ্দ্ধন আঁচনিৰ অধীনত ১৫টা সংকুচি...

October 2, 2024 3:57 PM October 2, 2024 3:57 PM

views 11

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্রধান আশিস ভাটনাগৰে এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে।

September 28, 2024 11:12 AM September 28, 2024 11:12 AM

views 1

স্বচ্ছতা হি সেৱা ২০২৪ অভিযানৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন কার্যসূচী ৰূপায়ণ

যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা ২০২৪ অভিযানৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমেও বিভিন্ন কার্যসূচী ৰূপায়ণ কৰা বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিছে। তেওঁ লগতে জনায় যে ১৭ ছেপ্তেম্বৰত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংঘলৰ উপস্থিতিত গীতামন্দিৰত গছপুলি ৰোপণ কাৰ্যসূচীৰে এই অভিযানৰ শুভাৰম্ভ কৰা হয় আৰু এতিয়ালৈ আত্মসহায়ক গোটৰ জৰিয়তে সাংস্কৃতিক অনুষ্ঠানকে ধৰি গ্ৰীণ হাটৰ আয়োজন, ৰাজহুৱা শৌচাগাৰ পৰিষ্কাৰ, চাফাই কৰ্মচাৰীসকলৰ বাবে চিকিৎসা শিবিৰ আয়োজনক...

September 26, 2024 10:32 AM September 26, 2024 10:32 AM

views 19

স্বচ্ছতা হি সেৱা অভিযানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অংশগ্ৰহণ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত চলিত বৰ্ষৰ স্বচ্ছতা হি সেৱা অভিযানত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনত আলোকপাত কৰে। তেওঁ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ বহন ক্ষমতাৰ বাবে মন্ত্ৰ্যালয়ৰ বিষয়াসকলক শপত বাক্য পাঠ কৰোৱায়। এক পেড় মা কে নাম উদ্যমৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সূচনা ভৱনত এটি গছপুলি ৰোপন কৰে আৰু পৰিৱেশৰ প্ৰতি থকা ব্যক্তিগত দায়িত্বত আলোকপাত কৰি মন্ত্ৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত গছপুলি বি...

September 16, 2024 7:11 PM September 16, 2024 7:11 PM

views 13

কাইলৈ স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ দেশত স্বচ্ছতাই সেৱা অভিযান-২০২৪ আৰম্ভ হ’ব

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ কাইলৈ দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হব। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। এই উপলক্ষে আজিও বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে আজি শপত গ্রহণ কাৰ্যসূচীৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে মহাপ্ৰৱন্ধকৰ পৰিচালনা...