January 21, 2025 12:08 PM

views 17

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ প্রজেক্ট স্বাৱলম্বন শীৰ্ষক অভিলাষী প্রকল্পৰ সফলতা

তিনিচুকীয়া জিলাৰ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে প্রজেক্ট স্বাৱলম্বন শীৰ্ষক অভিলাষী প্রকল্পৰ জৰিয়তে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপন নিশ্চিত কৰিছে। বিশেষকৈ প্ৰতিষ্ঠানটোৰ এই সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে যোগ্য প্রার্থীসকলক পৰ্যটন আৰু আতিথ্য খণ্ডত প্ৰশিক্ষণ প্ৰদান কৰি ১০০ শতাংশই নিশ্চিত কর্ম সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰকল্পৰ জৰিয়তে প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ সময়ছোৱাত কম্...