February 15, 2025 7:21 PM
গাছবাৰী হাইস্কুল প্রধান শিক্ষক অশোক চৌধুৰীক চাকৰিৰ পৰা নিলম্বন
কামৰূপ জিলাৰ গাছবাৰী হাইস্কুল প্রধান শিক্ষক অশোক চৌধুৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। আজি অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত পলমকৈ পৰীক্ষাকেন্দ্ৰলৈ নিয়াৰ অভিযোগত প্ৰধান...