October 17, 2025 7:50 PM October 17, 2025 7:50 PM
9
শুশ্রুষা সেতু কাৰ্যসূচীৰ অধীনত মৰিগাওঁত স্বাস্থ্য শিবিৰ অনুষ্ঠিত
স্বাস্থ্যবান অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰৰ নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা শুশ্রুষা সেতু কাৰ্যসূচীৰ অধীনত আজি মৰিগাওঁত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মন্ত্রী পিযুষ হাজৰিকা, জিলা আযুক্ত অনামিকা তিৱাৰী, মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জাগীৰোড সমজিলাৰ আয়ুক্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই শিবিৰত অংশগ্ৰহণ কৰে। জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই শিবিৰত ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীক বিশেষ গুৰুত্ব দিয়া হয়। শিবিৰত স্বাস্থ্য পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু...