June 9, 2025 1:17 PM
আকাশবাণী বাতৰি সেৱা বিভাগত চৰকাৰৰ ১১ বছৰীয়া প্ৰচেষ্টাৰ প্ৰতিবেদনত আজি উত্তৰ-পূব ভাৰতৰ বিকাশৰ যাত্ৰা সন্দৰ্ভত আলোকপাত
সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যানৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিগত এটা দশকত দেশৰ আমূল পৰিৱৰ্তন সাধন হৈছে। আকাশবাণী বাতৰি সেৱা বিভাগে চৰকাৰে বিভিন্ন খণ্ডত যোৱা এঘাৰটা বছৰত চলোৱা প্ৰচেষ্টা সন্দৰ্ভ...