June 14, 2025 9:24 AM

views 11

জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপৰ মহিলাৰ শ্বুটিঙত ভাৰতৰ সুৰুচি সিঙৰ সোণৰ পদক

জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপৰ মহিলাৰ শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত ভাৰতৰ সুৰুচি সিঙে সোণৰ পদক লাভ কৰিছে। সুৰুচিয়ে ফ্ৰান্সৰ কেমিলি য়নজেয়েস্কিক মুঠ ২৪১ দশমিক ৯ পইণ্টত পৰাজিত কৰে। এয়া হৈছে আই এছ এছ এফ বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সুৰুচিৰ তৃতীয়বাৰৰ বাবে সোণৰ পদক জয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত যোৱা সপ্তাহত ৰাইফল শাখাত ইলাভেনিল ভালাৰিভান আৰু চিফ্ট কৌৰ ছামৰাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাত ভাৰতে এতিয়ালৈকে তিনিটা পদকেৰে চতুৰ্থ স্থানত আছে। চীনে সম্প্রতি তি...