October 15, 2024 7:16 PM

views 18

আছাম ট্ৰিবিউন গোষ্ঠীৰ অন্যতম সঞ্চালক সুৰজিৎ‍ গোবিন্দ বৰুৱাৰ দেহাৱসান

বাতৰি কাকত প্রতিষ্ঠান আছাম ট্ৰিবিউন গোষ্ঠীৰ অন্যতম সঞ্চালক সুৰজিৎ‍ গোবিন্দ বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। ট্ৰিবিউন বাতৰি কাকতৰ অন্যতম স্বত্বাধিকাৰীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰুৱাৰ মৃত্যু সমাজৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰি কয় যে, প্রয়াত বৰুৱাই ৰাজ্যৰ সংবাদ জগতলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ ব...