May 9, 2024 9:27 PM May 9, 2024 9:27 PM
15
কংগ্ৰেছৰ সৈতে দুগৰাকী শীৰ্ষ স্থানীয় উদ্যোগপতিৰ বিশেষ সম্পৰ্কৰ বিষয়ে অভিযোগ অনা সন্দৰ্ভত দলৰ মুখপাত্র সুপ্রীয়া শ্রীনেটৰ প্রধানমন্ত্ৰী মোদীক সমালোচনা
◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ সৈতে দুগৰাকী শীৰ্ষ স্থানীয় উদ্যোগপতিৰ বিশেষ সম্পৰ্কৰ বিষয়ে অভিযোগ অনা সন্দৰ্ভত কংগ্ৰেছে শ্রী মোদীক সমালোচনা কৰে। দলটোৰ মুখপাত্র সুপ্রীয়া শ্রীনেটে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েহে অবিৰতভাৱে দুয়োটা ব্যৱসায়িক গোষ্ঠীক জবাবদিহি কৰিছিল। ইয়াৰ বিপৰীতে বিজেপি নেতাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে বুলি মুখপাত্ৰ গৰাকীয়ে অভিযোগ কৰে। তেওঁ লগতে কয় যে, লোকসভা নিৰ্বাচনত হ'বলগীয়া পৰাজয়ৰ উমান পাই দলটো অস্থ...