July 19, 2024 11:47 AM

views 17

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি কাইলৈ দুপৰীয়া ১২ বজাৰ ভিতৰত ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা নেচনেল টেষ্টিং এজেন্সিক এই নিৰ্দেশ দিয়া হৈছে। পৰীক্ষাৰ্থীৰ পৰিচয় গোপনে ৰাখি এই ফলাফল ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। নীট ইউ জি পৰীক্ষাৰ কেলেংকাৰী গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মনোজন মিশ্ৰ...