August 31, 2024 12:23 PM August 31, 2024 12:23 PM
3
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমর্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিতৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী গ্ৰহণ
কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মর্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ কৰিছে। চলচ্চিত্ৰত বিশেষকৈ শ্ৰৱণ আৰু দৃষ্টিশক্তি বাধাগ্রস্ত লোকৰ অংশগ্রহণ নিশ্চিত কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত এই সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেন্দ্ৰীয় চলচ্চিত্র প্রমাণ-পত্র বোর্ডৰ আঞ্চলিক বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে এই বিষয় সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। সার্বজনীন অংশগ্রহণ সহজ কৰি তোলাৰ উদ্দেশ্যে তেওঁ চলচ্চিত্র উদ্য...