ডাউনলোড
মোবাইল এপ

android apple
signal

April 16, 2025 1:43 PM

উচ্চতম ন্যায়ালয়ত ৱাকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক লৈ শুনানি গ্রহণ

উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰিব। সর্বোচ্চ ন্যায়ালয়ৰ ৱেৱছাইটত প্ৰকাশ কৰা তালিকা অনুসৰি ম...

April 15, 2025 8:07 PM

দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি

উচ্চতম ন্যায়ালয়ে দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। উত্তৰ প্ৰদেশৰ শিশু সৰবৰাহ গোচৰৰ অভিযুক...

April 13, 2025 11:19 AM

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ...

October 16, 2024 6:12 PM

খেতি পথাৰৰ নৰা জ্বলোৱাৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ সমালোচনা

উচ্চতম ন্যায়ালয়ে খেতি পথাৰৰ নৰা জ্বলাই দিয়াৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধ কৰাৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱৰ চৰকাৰক সমালোচনা কৰিছে। ন্যায়াধীশ অ...