October 30, 2026 9:08 PM
30
শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ
শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গক প্ৰদান কৰা জামিনৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰে আজি সর্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোঁহাই আজি দ্বিতীয় দিনৰ ...