March 22, 2025 9:02 PM March 22, 2025 9:02 PM

views 2

মণিপুৰৰ ইম্ফলত উপস্থিত ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া প্ৰতিনিধি দল

ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এটা ৫জনীয়া প্ৰতিনিধি দল আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। প্রতিনিধি দলটোৰ ৩গৰাকী বিচাৰপতি– ন্যায়াধীশ গৱাই, ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ এম এম সুন্দ্ৰেছে চূড়াচান্দপুৰলৈ গৈ জিলাখনত আইন সেৱা শিবিৰ, স্বাস্থ্য শিবিৰ আৰু আইনী সাহায্য শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকে লগতে ৰাজ্যখনৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজৰ বাসগৃহ এৰি আহি শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ বি...