April 26, 2025 1:22 PM

views 16

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে। ১৫৫ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮ অভাৰ আৰু ৪ টা বলতেই ৫ টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। হায়দৰাবাদৰ হৈ ঈষাণ কিষানে ৩৪ টা বলত ৪৪ ৰান কৰে। চেন্নাইৰ হৈ নুৰ আহমেদে দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১৫৪...