March 19, 2025 11:31 AM
মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম’ৰৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তন
সুদীৰ্ঘ ৯ মাহ ধৰি আন্তঃ ন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম'ৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। স্পেচএক্সৰ ড্ৰেগন মহাকাশযানেৰে মহাকাশচা...