March 7, 2025 10:36 AM

views 17

ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্রীৰ পুনৰ আন্তৰ্জাতিক খেললৈ প্ৰত্যাৱৰ্তন

ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্রীয়ে পুনৰ আন্তৰ্জাতিক খেলত অংশ ল'ব। চলিত মার্চ মাহত মালদ্বীপ আৰু বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া ফিফা আন্তঃৰাষ্ট্ৰীয় উইণ্ডো খেলৰ জৰিয়তে খেলুৱৈগৰাকী উভতি আহিব বুলি সৰ্বভাৰতীয় ফুটবল সন্থাই ঘোষণা কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে যোৱা বৰ্ষৰ জুন মাহত কুৱেটৰ বিৰুদ্ধে নিজৰ অন্তিমখন খেল খেলিছিল আৰু পাছলৈ অৱসৰ ঘোষণা কৰিছিল। এ এফ চি এচিয়া কাপ চৌডি আৰবীয়া ২০২৭ৰ যোগ্যতা নির্ণয়কাৰী খেলৰ তৃতীয় ৰাউণ্ডৰ প্রাক মুহূৰ্তত ছেত্ৰীৰ অন্তৰ্ভুক্তিকৰণ ভাৰতীয় দলৰ বাবে যথে...