May 31, 2025 8:21 PM
কাইলৈ ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ
ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ কাইলৈ সমগ্ৰ দেশতে বিশেষ ত্ৰিৰংগ ৰেলী হিচাপে পালন কৰা হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডাঃ মনসুখ মন্দাভিয়াই ৰাষ্...