May 31, 2025 8:21 PM
21
কাইলৈ ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ
ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ কাইলৈ সমগ্ৰ দেশতে বিশেষ ত্ৰিৰংগ ৰেলী হিচাপে পালন কৰা হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডাঃ মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰীয় ৰাজধানীত এই বিশেষ কার্যসূচীত নেতৃত্ব দিব। অলিম্পিক পদক বিজেতা যোগেশ্বৰ দত্ত, আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰু সৰিতা মোৰ, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ আৰু নিৰ্বাচক সবা কৰিম, বলিউডৰ অভিনেতা শৰীকে ধৰি ক্ৰীড়া আৰু মনোৰঞ্জন জগতৰ কেইবাগৰাকীও গন্যমান্য ব্যক্তিয়ে এই কাৰ্যসূচীত ভাগ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রালয়ে ...