October 2, 2024 8:35 PM

views 25

সুমিত্ৰা গান্ধী কুলকাৰ্ণীয়ে গান্ধীজীৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতিনী সুমিত্ৰা গান্ধী কুলকাৰ্ণীয়ে গান্ধীজীৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা কৰিছে। এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশিত PM modi living the Ideals of Mahatma Gandhi শীর্ষক প্ৰৱন্ধত শ্ৰীমতী কুলকার্ণীয়ে কৈছে যে, প্রধানমন্ত্ৰী হোৱাৰ পাছতে শ্রীমোদীয়ে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত ৰাষ্ট্ৰীয় স্বচ্ছতাৰ প্ৰয়োজনীয়তা সম্পৰ্কত গুৰুত্ব আৰোপ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰা স্বচ্ছ ভাৰত অভিযানে দেশৰ অনাময় ব্যৱস্থাৰ উন্নতি সাধনৰ লগতে দেশজু...