March 23, 2025 11:14 AM

views 7

গোলকীয় অর্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠিত হ’বলৈ ভাৰতে বিকাশৰ নতুন পদ্ধতি অৱলম্বন কৰিছে : সুমন বেৰী

গোলকীয় অর্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠিত হ'বলৈ ভাৰতে বিকাশৰ নতুন পদ্ধতি অৱলম্বন কৰা বুলি নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৩১ সংখ্যক লাল বাহাদুৰ শাস্ত্রী স্মাৰক বক্তৃতাত তেওঁ প্ৰতিযোগিতামূলক আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোকপাত কৰে। শ্ৰীবেৰীয়ে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নীতি আয়োগৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰি কয় যে, সংগঠনটোৱে ৰাজ্যসমূহৰ আৰ্থ সামাজিক উন্নয়ন লক্ষ্যৰে ৰাজ্যিক নীতি কৰ্মশালা শৃংখলাৰ আয়োজন কৰিছে। এতিয়ালৈ আয়োজন কৰা ৩০ খন কৰ্মশালাত...