November 11, 2025 8:00 PM
3
ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত সংঘটিত আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু, আহত ২১ জন লোক
পাকিস্তানৰ ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত আজি সংঘটিত এটা আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন ২১ জন লোক আহত হয়। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি ন্যায়ালয়ৰ বাহিৰত ...