June 25, 2025 8:49 PM June 25, 2025 8:49 PM

views 14

আমেৰিকাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ লৈ যোৱা AXIOM-4 অভিযান আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হয়। অভিযানত অন্তৰ্ভুক্ত চাৰিগৰাকী মহাকাশচাৰী ফেলকন নাইন ৰকেটৰ সহায়ত স্পেচ এক্স ড্রেগন মহাকাশ যানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বুলি ৰাওনা হয়। আমেৰিকাৰ কামাণ্ডাৰ পেইগি হুইটছনে এই অভিযানত নেতৃত্ব বহন কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক এই অভিযানৰ মিছন পাইলট আৰু হাংগেৰীৰ তিব’ৰ কাপু আৰু প’লেণ্ডৰ স্নাৱেজ উজনানস্কি ৱিচনিউস্কিক ...