August 18, 2025 8:57 PM

views 21

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ'ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত...

July 3, 2025 8:24 PM

views 18

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ব্ৰেইন-কম্পিউটাৰ ইণ্টাৰফেচ বিকশাই তোলাৰ কামত ব্যস্ত শুভাংশু শুক্লা

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা প্ৰথম ভাৰতীয় মহাকাশচাৰী বায়ু সেনা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই কক্ষপথীয় পৰীক্ষাগাৰত ব্ৰেইন-কম্পিউটাৰ ইণ্টাৰফেচ বিকশাই তোলাৰ বাবে কাম কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই এটা পোষ্ট যোগে AXIOM 4 মহাকাশ অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা শুক্লাই সতীর্থ মহাকাশচাৰী পোলেণ্ডৰ শ্লাঅজ উজনাস্কি উইজনিউক্সিৰ সৈতে কলম্বাচ পৰীক্ষাগাৰত কাম কৰি থকাৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে। এই অধ্যয়নত মস্তিষ্কৰ গতিবিধি ৰেকৰ্ড কৰাৰ বাবে অধ্যয়নৰ...