July 24, 2025 8:06 PM July 24, 2025 8:06 PM

views 11

ইছৰ’ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ ৫খন জিলাৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা

ৰাজ্যৰ পাঁচখন জিলা-বাক্সা, চিৰাং, কোকৰাঝাৰ, নলবাৰী আৰু ওদালগুৰিৰ ১২ গৰাকী মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰ'ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে কালি যাত্ৰা কৰে। ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ২৬ জুলাইলৈকে ইছৰ'ৰ কাম-কাজ প্ৰত্যক্ষ কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৰাজ্যখনৰ চৰকাৰী আৰু প্ৰাদেশীকিকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। এই ভ্ৰমণৰ জৰিয়তে তেওঁলোকে ভাৰতৰ মহাকাশ অভিযান, গৱেষণাৰ সা-সুবিধা আৰু প্ৰযুক্তিগত দিশত অগ্রগতি সন্দৰ্ভত...