June 22, 2024 7:12 PM

views 15

প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন আৰু অনিয়ম ৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ আইন প্ৰণয়ন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক ১০ বছৰ কাৰাদণ্ড আৰু ১ কোটি টকাপৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূহ কালিৰে পৰা প্ৰযোজ্য কৰা হৈছে। সার্বজনীন পৰীক্ষা অসৎ পন্থা নিয়ন্ত্রণ বিধেয়ক ২০২৪, ৬ ফেব্ৰুৱাৰীত লোকসভাত আৰু ৯ ফেব্ৰুৱাৰীত ৰাজ্যসভাত গৃহীত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ১২ ফেব্ৰুৱাৰীত ব...