July 20, 2024 7:18 PM July 20, 2024 7:18 PM

views 9

ষ্টপ ডায়েৰিয়া ৰাজ্যিক অভিযানৰ অন্তৰ্গত জিলা ভিত্তিক ডায়েৰিয়া প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ বিভিন্ন ঠাইত আজি ষ্টপ ডায়েৰিয়া ৰাজ্যিক অভিযানৰ অন্তৰ্গত জিলা ভিত্তিক ডায়েৰিয়া প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালিকা এম এছ লক্ষ্মীপ্রিয়াকে ধৰি অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। শিশুসকলক ডায়েৰিয়াৰ পৰা ৰক্ষা কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। এই অভিযানৰ সময়ছোৱাত আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে অ আৰ এছ, জিংক টেবলেট ইত্যাদিৰ সেৱনৰ প্ৰয়োজন...