October 16, 2024 6:18 PM

views 17

ভাৰতৰ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেডুনচেঝিয়ানে ষ্টকহম অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেডুনচেঝিয়ানে ষ্টকহম অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে কালি সন্ধিয়া অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত ছুইডেনৰ ফিলিপ বাৰ্গেৱি আৰু এৰিক গ্রেভেলিয়াছক ৫-৭, ৬-২ আৰু ১০-৫ৰ ব্যৱধানত পৰাভূত কৰে।