September 3, 2025 1:19 PM September 3, 2025 1:19 PM

views 2

ৰাজ্য চৰকাৰৰ ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰিছে। ১৯৬৬ চনৰ এছিয়ান গেম্‌ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সৰুসজাই ক্ৰীড়া প্রকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হ'ব। এই অনুষ্ঠানতে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ'ব। তদুপৰি ২০২৪-...