February 22, 2025 11:49 AM

views 14

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰত প্ৰায় ১৭ লাখ নতুন কৰ্মচাৰীৰ নামভৰ্তি

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰত প্ৰায় ১৭ লাখ নতুন কৰ্মচাৰীক নামভৰ্তি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অস্থায়ী পে ৰোলৰ প্ৰকাশিত তথ্য অনুসৰি চলিত মাহত ২০,৩৬০টা নতুন প্রতিষ্ঠান এই আঁচনিৰ সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ অনা হয় । ইয়াৰ ফলত অধিক শ্রমিকৰ সামাজিক সুৰক্ষা নিশ্চিত হয় । বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি মুঠ ১৭ লাখ পঞ্জীয়নভূক্ত কৰ্মচাৰীৰ ভিতৰত প্ৰায় ৮ লাখ কৰ্মচাৰী ২৫ বছৰ বয়সৰ গোটৰ। প্ৰকাশিত তথ্যৰ লিংগভিত্তিক বিশ্লেষণৰ মতে ...