January 1, 2025 9:09 PM
অসম চৰকাৰৰ কৰ্মচাৰী-পৰিয়ালৰ নিৰাপত্তাৰ বাবে অভিলাষী বীমা আঁচনিৰ শুভাৰম্ভ
অসম চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰা এখন অভিলাষী বীমা আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। আজি খানাপাৰাৰ কইনাধৰাৰ ৰাজ্যিক অতিথি...