April 5, 2025 11:21 AM

views 11

নতুন দিল্লীৰ ভাৰত মণ্ডমপত ষ্টার্টআপ মহাকুম্ভৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীৰ ভাৰত মণ্ডমপত অনুষ্ঠিত ষ্টার্টআপ মহাকুম্ভৰ দ্বিতীয় সংস্কৰণত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ভাৰত উদ্ভাৱন আৰু প্ৰযুক্তি খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্রকাশ কৰিবলৈ সাজু হৈছে। তেঁও লগতে কয় যে ভাৰতে উদ্ভাৱনৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে আৰু অতি সোনকালে এই অগ্রগতিয়ে গোলকীয় মঞ্চত শক্তিশালী প্ৰভাৱ পেলাব। ষ্টার্টআপ মহাকুম্ভৰ প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশ্বই ভাৰতৰ বিশ্বমানৰ কাম প্ৰত্যক্ষ কৰিছে, ষ্টার্টআপসমূহে নিৰ্মাণ কৰা প্ৰযুক্তিগত...