August 1, 2025 11:15 AM

views 21

ষ্টাৰলিংকৰ ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ইলন মাস্ক নেতৃত্বাধীন ষ্টাৰলিংকে ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ম'বাইল কনক্লেভত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বিগত ১১ বছৰত ভাৰতৰ ডিজিটেল যাত্ৰাক অসাধাৰণ বুলি অভিহিত কৰে। তেওঁ কয় যে যোৱা দশকত দুর্গম গাঁৱৰ পৰা মেট্ৰ' চহৰলৈকে ডিজিটেল সেৱাৰ প্ৰৱৰ্তনে নাগৰিকসকলক অধিক সবল কৰি তুলিছে আৰু ভাৰতক সুলভ আৰু সৰ্বাংগীন প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিছে। তেঁও লগতে কয় যে দেশত এতি...