February 21, 2025 11:12 AM February 21, 2025 11:12 AM

views 7

কৃত্রিম বুদ্ধিমত্তা আৰু বৈদ্যুতিক বাহন, মহাকাশ, ড্র’ন বা সেউজ হাইড্ৰ’জেনৰ পাৰ্থক্যমূলক বিকাশে ভূ-ৰাজনৈতিক প্ৰভাৱৰ দিশবোৰ স্পষ্ট কৰেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ জটিলতা, কেন্দ্ৰীভূত যোগান শৃংখলা, ব্যৱসায় আৰু বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ তথা তথ্য প্ৰৱাহৰ স্বচ্ছতাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-টুৱেণ্টি বিদেশ মন্ত্রী সন্মিলনত কালি তেওঁ কয়, যে কৃত্রিম বুদ্ধিমত্তা আৰু বৈদ্যুতিক বাহন, মহাকাশ, ড্র'ন বা সেউজ হাইড্ৰ'জেনৰ পাৰ্থক্যমূলক বিকাশে ভূ-ৰাজনৈতিক প্ৰভাৱৰ দিশবোৰ স্পষ্ট কৰে। গোলকীয় ঘাটি বন্ধ কৰিবলৈ বহুপক্ষবাদৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি তেও...