July 31, 2024 7:58 PM

views 17

বিগত ৫ বছৰত সীমান্ত সুৰক্ষা বাহিনীত ৫৪,৭৬০ জোৱান নিযুক্তি : নিত্যানন্দ ৰায়

বিগত ৫ বছৰত সীমান্ত সুৰক্ষা বাহিনীৰ মুঠ ৫৪ হাজাৰ ৭৬০ জন জোৱান নিযুক্তি দিয়া হৈছে। আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই বিষয়ে অৱগত কৰি গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, বিগত ৫ বছৰত এই বিভাগত মুঠ ৩৭২ টা নতুন পদ সৃষ্টি কৰা হৈছে আৰু ১০ হাজাৰৰো অধিক পদ খালী হৈ আছে। শ্ৰীৰায়ে কয় যে, এই বিভাগত কনিষ্টবল পদত প্ৰাক্তন অগ্নিবীৰসকলৰ নিযুক্তিৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা কৰিছে। তেওঁ লগতে কয় যে, প্রাক্তন অগ্নিবীৰসকলৰ নিযুক্তিৰ বাবে এই বিভাগত দহ শতাংশ সংৰক্ষিত কৰা হ'ব আৰু তেওঁলোকৰ বয়সৰ উৰ্ধ সীমা ৩ ব...